গুৱাহাটীৰ SOHUM EMPORIAত ভয়ঙ্কৰ অগ্নিকাণ্ড। ৬টাকৈ মহলাত অগ্নিসংযোগ হৈ ভয়ঙ্কৰ পৰিস্থিতি।অগ্নিকাণ্ডত ভস্মীভূত কোটি-কোটি টকাৰ সামগ্ৰী। আট্টালিকাটোত আছে ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা। নিশা সংঘটিত হয় এই ভয়ঙ্কৰ অগ্নিকাণ্ড। কোটি কোটি টকাৰ সম্পত্তি জুই জাহ যায় অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।
