অহা কাইলৈ অৰ্থাৎ 29তাৰিখে সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰিব ঈদ-উল-আজহা অৰ্থাৎ কুৰৱানী ঈদ।ঈদৰ প্ৰাকক্ষণত নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি ময়ূৰ মজুমদাৰে ইছলাম ধৰ্মী লোক সকলৰ এই পবিত্ৰ ঈদৰ শুৱেচ্ছা জনোৱাৰ লগতে।এই কুৰৱানী জড়িয়তে ভাতৃত্ববোধ অধিক শক্তিশালী হোৱাৰ লগতে সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ পৰা অপায় অমংগল দূৰ হওক তাৰে কামনা কৰিলে নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি ময়ূৰ মজুমদাৰে।