ৰে’লৰ ভিতৰতে বহিঃৰাজ্যৰ যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানৰ বিৰুদ্ধে।
লামডিঙৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱধ আছাম এক্সপ্ৰেছত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
সূত্ৰ অনুসৰি, চাকৰি সম্পৰ্কীয় পৰীক্ষাৰ বাবে ডিফুলৈ আহিছিল যুৱতীগৰাকী।
তেওঁক আসন বিচাৰি উলিওৱাত সহায় কৰাৰ ভাও ধৰি জোৱানে নিৰ্যাতন চলাইছিল।
ইফালে, চৰকাৰী ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ওম প্ৰসাদ মীনা নামৰ জোৱানজনক।