ৰূপহীহাটত ঠগ প্ৰৱঞ্চনাত নামিল অংগনবাদী কৰ্মী ইচমুতাৰা বেগম।

ৰূপাহীহাটৰ কাঞ্চনপূৰৰ অংগনবাদী কৰ্মী ইচমুতাৰা বেগমে প্ৰবঞ্ছনাৰে লুটিলে মহিলাসকলক।
কাঞ্চনপূৰ নতুন বজাৰৰ অংগনবাদী কৰ্মী ইচমুতাৰাই আচাৰ কোম্পানীৰ কাম দিয়াৰ নামত সংগ্ৰহ কৰিছিল গাঁৱৰ সহজ সৰল মহিলাক।
পাঁচ হাজাৰকৈ টকা সংগ্ৰহ কৰি আত্মসাত কৰাৰ অভিযোগ অংগনবাদী কৰ্মী ইচমুতাৰা বেগমৰ বিৰুদ্ধে।
কাম আৰু টকা বিচাৰি গলে মহিলা সকলক অশ্লীল গালি গালাজ পৰাৰ অভিযোগ প্ৰৱঞ্চক ইচমুতাৰাই।
ন্যায় বিচাৰি হাবাথুৰি খাইছে ভুক্তভোগী মহিলা সকলে।
