ৰিয়াৰ ভাতৃ সৌভিকৰ জামিন মঞ্জুৰ আদালতৰ…

46

ডিজিটেল ডেস্ক: অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীক মুম্বাইৰ বিশেষ ডিপিএছ আদালতৰ পৰা জামিন প্ৰদান কৰা হৈছে। সৌভিকক ৫ ছেপ্টেম্বৰত নাৰ্কটিকচ কণ্ট্ৰোল ব্যুৰ’ (এনচিবি)ৰ দ্বাৰা আটক কৰা হৈছিল আৰু তেতিয়াৰ পৰা জিম্মাত আছিল।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুকাণ্ডৰ গোচৰৰ তদন্তৰ সময়তে পোহৰলৈ আহিছিল বলিউডৰ ড্ৰাগছ কাণ্ডৰ বিষয়ে। তাৰ পিছতে এনচিবিয়ে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃক গ্ৰেপ্তাৰ কৰিছিল।গ্ৰেপ্তাৰৰ এমাহ পিছত জামিন লাভ কৰিছিল ৰিয়াই।