চাংসাৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাত আবদ্ধ বনৰীয়া ম’হ। নিশা চিলা কৰৈবাৰীত প্ৰকাণ্ড ম’হটো বিচৰণ কৰি আছিল। জাকৰ মাজৰ পৰা ম’হটো ওলাই আহিছিল জনাঞ্চললৈ। পাহাৰ-জলাশয় ধ্বংসৰ বাবেই সংকুচিত হৈ আহিছে বনাঞ্চল। সেয়ে এতিয়া সঘনাই জনাঞ্চলত বিচৰণ বনৰীয়া হাতী-ম’হৰ। বন বিভাগৰ লোকেও উদ্ধাৰ কৰিব পৰা নাই আবদ্ধ ম’হটো।
Latest article
ভি-এ আগবঢ়াইছে গোটেই বছৰজুৰি প্ৰতিদিনে নিশা ১২ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আনলিমিটেড ডাটা
দেশৰ অগ্ৰণী টেলিকম অপাৰেটৰ ভি-এ শেহতীয়াকৈ গ্ৰাহকৰ বাবে মুকলি কৰিছে উদ্যোগ-প্ৰথমঅফাৰ “ছুপাৰহিৰো”, যিয়ে নিশা ১২ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰত তথ্যৰ সীমাহীন প্ৰৱেশৰ...
গুৱাহাটী অসম গ্ৰন্থমেলাত ১০ দিনত ৫কোটি ৮০লাখ টকাৰ গ্ৰন্থ বিক্ৰী
গুৱাহাটী অসম গ্ৰন্থমেলাৰ দশম দিনা অৰ্থাৎ নতুন বছৰৰ প্ৰথমটো দেওবাৰে গ্ৰন্থপ্ৰেমীৰ বিশাল সমাৱেশত উছৱমুখৰ হয় খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি...
জুনত পৰৱৰ্তী টেষ্ট শৃংখলা খেলিব টীম ইণ্ডিয়াই
ভাৰতে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন টেষ্ট শৃংখলা খেলে। য'ত ভাৰতীয় দলটোৱে ১-৩ ৰ পৰাজয়ৰ সন্মুখীন হয়। এই শৃংখলাত পৰাজয়ৰ সৈতে ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট...