ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি বটদ্ৰৱাটো বিশাল আয়োজন

407

অযোধ্যাত ভগৱান শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সমান্তৰালকৈ সমগ্ৰ দেশৰ লগতে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানটো ৰাম ময় পৰিৱেশৰ সৃষ্টি হৈছে। ১১ দিন ব্ৰত ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰামলালা প্ৰতিষ্ঠা কৰাৰ ঐতিহাসিক ক্ষণৰ বাবে বটদ্ৰৱাত উখল-মাখল পৰিবেশ।