ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী সকললৈ আহিল ডাঙৰ খবৰ।ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষার্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্রহণ কৰা হৈছে। এই আঁচনিখনৰ প’ৰ্টেলতো ৫ছেপ্তেম্বৰৰ পৰা পৰা ২০অক্টোবৰলৈ ৪৫ দিনৰ বাবে খোলা থাকিব।
