ৰাজ্যৰ পৰৱৰ্তী DGP হিচাপে নাম ঘোষণা আইপিএছ জি পি সিঙৰ…

107

ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ’ব IPS জি পি সিং।

কলাক্ষেত্ৰৰ নিযুক্তি প্ৰদান অনুষ্ঠানত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উ্ল্লেখ্য যে, অহা ৩১ জানুৱাৰীত অৱসৰ ল’ব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

ৰাজ্যৰ পৰৱৰ্তী DGP হিচাপে নাম ঘোষণাৰ পাছতে জি পি সিঙে কৰিছে প্ৰথমটো টুইট।

তেওঁ লিখিছে- ‘মা কামাখ্যাৰ আশীৰ্বাদেৰে অসমবাসীৰ সেৱা কৰাৰ সুযোগ পাই মই ধন্য। গৌৰৱময় অসম আৰক্ষীক নেতৃত্ব দিবলৈ মোৰ ওপৰত আস্থা ৰখাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী অসম মহোদয়লৈ কৃতজ্ঞতা।’