ৰাজ্যৰ প্ৰশাসনত নোহোৱা-নোপজা ঘটনা

385

ৰাজ্যৰ প্ৰশাসনত নোহোৱা-নোপজা ঘটনা। IAS বিষয়াৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যাৰ প্ৰৱণতা অহাৰ ভয়ংকৰ তথ্য। ঘটনাটো সংঘটিত হৈছে বিজনীত। মুখ্যমন্ত্ৰী, BTCৰ CEMলৈ লিখা পত্ৰত ভয়ংকৰ তথ্য। এগৰাকী নিৰ্বাচনী বিষয়া, চক্ৰ বিষয়াই সহিব পৰা নাই IAS বিষয়াৰ নিৰ্যাতন। বিজনীৰ মহকুমাধিপতি IAS অভিষেক জৈনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। যি নিৰ্যাতন সহিব নোৱাৰি মহিলা বিষয়াগৰাকীয়ে চাকৰিৰ পৰা বিচাৰিছে ছুটী।