ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ভয়ংকৰ জালিয়াতি

371

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ভয়ংকৰ জালিয়াতি। প্ৰশিক্ষণৰ নামত অহা চৰকাৰী পুঁজি সোমাল ব্যক্তিগত একাউণ্টত। ৪ কৰ্মচাৰীৰ ব্যক্তিগত একাউন্টত সোমাল ৮০ লাখৰো অধিক টকা। অধ্যক্ষ প্ৰণৱ বৰা, প্ৰশিক্ষক অনামিকা দাস, ডেনিছ গগৈ আৰু প্ৰমোদ বুঢ়াগোহাঁইৰ একাউণ্টত সোমাল ধন। RTI আবেদনৰ তথ্যত পোহৰলৈ বিস্ফোৰক তথ্য।