ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ ন বিজেপিয়ে উলংঘা কৰিছে নিৰ্বাচনী বিধি

63

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ ন বিজেপিয়ে উলংঘা কৰিছে নিৰ্বাচনী বিধি।এই অভিযোগ উত্থাপন কৰিছে
অসম জাতীয় পৰিষদে। পূব গুৱাহাটী সমষ্টিৰ বিধায়কৰ বিৰুদ্ধে অভিযোগ অসম জাতীয় পৰিষদৰ পূৱ সমষ্টিৰ মনোনীত প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ নিৰ্বাচনী এজেন্ট অভিতাভ বৰঠাকুৰৰ এই অভিযোগ।সংবাদ মেল আয়োজন কৰি বিজেপিক সমালোচনা অমিতাভ বৰঠাকুৰৰ।কাহিলিপাৰা , বি বৰুৱা,উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানত থকা ভোট গ্ৰহণ কেন্দ্ৰত ব্যাপক খেলিমেলিৰ অভিযোগ। ষ্ট্ৰং ৰুমত সুনিশ্চিত সুৰক্ষা নথকা অভিযোগ। ঘটনা সন্দৰ্ভত নিৰ্বাচনক আয়োগক অভিযোগ দাখিল। অসম জাতীয় পৰিষদৰ