প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আৰম্ভণিতে অথন্তৰ।
ৰাজ্যৰ কেইবাঠাইতো ভোট গ্ৰহণৰ পূৰ্বে বিকল হৈ পৰিল EVM।
হোজাই, শদিয়া, নাহৰকটীয়া, কলিয়াবৰৰ মিছা, নুমলীগড়, মৰিয়নী আৰু ডিব্ৰুগড়ৰ কেইবাঠাইত বিকল হ’ল EVM।
বহু সময়লৈকে ৰৈ থাকিবলগীয়া হয় ভোটাৰ ৰাইজ।