ৰাজ্যবাসীৰ বাবে সুখবৰ

360

ৰাজ্যবাসীৰ বাবে সুখবৰ।ৰাজ্যত একেদিনাই গৃহ প্ৰৱেশ কৰিব ৩ লাখ হিতাধিকাৰীয়ে। উল্লেখযোগ্য যে ১৩ জুলাইত অনুষ্ঠিত হ’ব গৃহ প্ৰৱেশ কাৰ্যসূচী। কলাক্ষেত্ৰৰ কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও। ইতিমধ্যে সম্পূৰ্ণ হৈছে PMAYৰ ৩ লাখ গৃহ নিৰ্মাণৰ কাম। সংবাদমেলত এই কথা সদৰী কৰে মন্ত্ৰী ৰঞ্জিত দাসে।