ষ্টাফৰিপোৰ্টাৰ, ২১ এপ্ৰিল : ৰাজ্যত ৫ টকাকৈ বৃদ্ধি পাব পেট্ৰ’ল-ডিজেলৰ মূল্য। বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত। সোমবাৰে বিত্ত মন্ত্ৰীয়ে ৰাজকোষ শূন্য হৈ পৰাৰ ইংগিত দিছিল।
ঘোষণাৰ ২৪ ঘণ্টাৰ ভিতৰতে সিদ্ধান্ত ল’লে চৰকাৰে।
সমগ্ৰ বিশ্বতে দ্ৰুতগতিত অৱনমনৰ বিপৰীতে বাঢ়িল অসমত। বৰ্তমান গুৱাহাটীত পেট্ৰ’লৰ মূল্য ৭১.৬১ টকা, ডিজেলৰ মূল্য ৬৫.০৭ টকা ৱাইন শ্বপ খোলাৰো যো-জা চলাইছে ৰাজ্য চৰকাৰে।
সুৰাৰ ওপৰতো অতিৰিক্ত কৰৰ ইংগিত দিছিল বিত্তমন্ত্ৰীয়ে।