ৰাজ্যত ভুৱা চিকিৎসকৰ দপদপনি।উল্লেখযোগ্য যে ফটাশিল আৰক্ষীৰ জালত পৰিছে ভুৱা চিকিৎসক৷ জানিব পৰা মতে জ্যোতিকুছিৰ পৰা পৰমেশ চক্ৰৱৰ্তী নামৰ ভুৱা চিকিৎসক গৰাকীক গ্ৰেপ্তাৰ কৰে। ‘চাৰুলক্ষ্মী আয়ুষ’ নামৰ ফাৰ্মাচীত আছিল চেম্বাৰ৷ চিকিৎসক সন্থাৰ অভিযোগৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰে পৰমেশ চক্ৰৱৰ্তীক৷
