ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে

98

ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে।

GMCHত JEত আক্ৰান্ত হৈ ১৩ গৰাকী লোকৰ মৃত্যু।

৬ গৰাকীৰ পৰা ১৩ গৰাকীলৈ বৃদ্ধি মৃত লোকৰ সংখ্যা।

২২ৰ পৰা ৪৮ গৰাকীলৈ বৃদ্ধি GMCHত JEত আক্ৰান্ত ৰোগীৰ সংখ্যা।

সমান্তৰালকৈ মেলেৰিয়া, ডেংগুত আক্ৰান্তৰ ৰোগীৰ সংখ্যাও বৃদ্ধি GMCHত ।

মেলেৰিয়াত আক্ৰান্ত ১১০ গৰাকী, ডেংগুত আক্ৰান্ত ১৯ গৰাকী ৰোগী।

মেলেৰিয়াত বৰ্তমানলৈ ২৬ গৰাকীৰ মৃত্যু, ডেংগুত মৃত্যু দুগৰাকীৰ।