ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ

207

ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ৷ আগন্তুক ৪ দিনলৈ সেমেকা হৈ থাকিব ৰাজ্যৰ বতৰ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী৷ ৰাজ্যৰ ভিন্ন ঠাইত ঘন কুঁৱলীয়ে আৱৰি থকাৰো সম্ভাৱনা৷ মাঘ বিহুৰ সময়ছোৱাতো অব্যাহত থাকিব সেমেকা বতৰ৷