ষ্টাফৰিপোৰ্টাৰ, ২৮ এপ্ৰিল :: ৰাজ্যত বৃদ্ধি কভিড -১৯ত আক্ৰান্তৰ সংখ্যা। এইবাৰ ১৬ বছৰীয়া কিশোৰীৰ শৰীৰত কভিড-১৯ পোৱা গৈছে।বঙাইগাঁৱৰ উত্তৰ শালমৰাৰ কিশোৰীৰ শৰীৰত কভিড-১৯ পোৱা গৈছে।নিজামুদ্দিন ফেৰতৰ সংস্পৰ্শলৈ আহিছিল কিশোৰীগৰাকী।এতিয়ালৈ ৰাজ্যত কভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ৩৬লৈ বৃদ্ধি পাইছে।
Latest article
মাটিৰ কলহত পানী খোৱাৰ উপকাৰীতাৰ কথা জানেনে
মাটিৰ পাত্ৰক আটাইতকৈ বিশুদ্ধ বুলি গণ্য কৰা হৈছিল আৰু আয়ুৰ্বেদতো মাটিৰ পাত্ৰত ৰখা খোৱাপানীক ভাল বুলি গণ্য কৰা হয়। মাটি, পানী, জুই আদিৰ সহায়ত...
ইতিমধ্যই সন্ত্ৰাসবাদীৰ ফটো পোহৰলৈ আহিল
পহলগাম আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত কেইজনমান সন্ত্ৰাসবাদীৰ ফটো পোহৰলৈ আহিছে। প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি, এই কাণ্ডত ২ জন স্থানীয় সন্ত্ৰাসবাদীও জড়িত হৈ আছে।পহলগাম...
পেহলগাম আক্ৰমণত জড়িত এটা সন্ত্ৰাসবাদীক চিনাক্ত
পেহলগাম আক্ৰমণত জড়িত এটা সন্ত্ৰাসবাদীক চিনাক্ত, কিছুদিন পূৰ্বে পাকিস্তানৰ পৰা উভতি আহিছিল কাশ্মীৰলৈ ।পহলগামত পৰ্যটকৰ ওপৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত জড়িত দুটা সন্ত্ৰাসবাদী আছিল কাশ্মীৰৰ...