অসমস্বাস্থ্য ৰাজ্যত পুনৰ ৩৮০ জনৰ দেহত কোৰোনা পজিটিভ By Editor - October 31, 2020 63 FacebookPinterestWhatsAppPrint গুৱাহাটীঃ ৰাজ্যত আকৌ ৩৮০জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে শুকুৰবাৰৰ দিনটোত। ইয়াৰ পিছতে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ২০৬০১৫জনলৈ। ইফালে ৰাজ্যত এতিয়ালৈকে কোৰোনা আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৯২৬ জন লোকৰ। বৰ্তমান ১০৪২১জন ৰোগী চিকিৎসাধীন হৈ আছে। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...