ৰাজ্যত কৰ’নাত আক্ৰান্ত আন এজনক লোকৰ মৃত্যু

82

ষ্টাফ ৰিপোৰ্টাৰ : ৰাজ্যত কৰ’নাত আক্ৰান্ত আন এজনক লোকৰ মৃত্যু হৈছে। গোবিন্দ্ৰ চন্দ্ৰ মালাকাৰ নামৰ লোকজনৰ মৃত্যু হৈছে জি এম চি এইছত। মুম্বাইৰ পৰা অসমলৈ আহিছিল গোবিন্দ্ৰ চন্দ্ৰ মালাকাৰ।
কৰ্কট ৰোগৰ চিকিত্‍সাৰ বাবে মুম্বাইলৈ গৈছিল । ৰাজ্যত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩ জনলৈ বৃদ্ধি পালে।