নিউজ ডেস্ক: ৰাজ্যত ক্ৰমাৎ গৰম হৈ আহিছে নিৰ্বাচনী বতাহ।
তাৰমাজতেই মঙলবাৰে মা কামাখ্যাৰ পবিত্ৰ ভূমিত পদাপৰ্ণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
সন্ধিয়া ৭-০০বজাত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা পোনে পোনে কইনাধৰালৈ বুলি যাত্ৰা কৰিব প্ৰধানমন্ত্ৰীগৰাকী।
জানিব পৰামতে কাইনাধৰাতে নৈশ যাপন কৰিব তেওঁ।