ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ দিনটোত ৰাজ্যত পুনৰ কোভিডত আক্ৰান্ত হয় ১,৪১৬ জন। ইয়াৰ পিছতে এতিয়া অসমত কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা ১,৮৩,৮১২ জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা তথ্য অনুসৰি, ৰাজ্যত বৰ্তমানলৈকে ১,৪৭,৫১৬ জন কোৰোনা ৰোগী সুস্থ হৈ উঠিছে আৰু ৩৫,৫৬৯ জনৰ চিকিৎসা চলাই থকা হৈছে। আনহাতে বৰ্তমানলৈকে ৰাজ্যত ৭২১ জনৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
Latest article
ইডিৰ গুৱাহাটী কাৰ্যালয়ত অভিনেত্ৰী তামান্না ভাটিয়াক সোধা-পোছা
বৃদ্ধি পাইছে বলিউড অভিনেত্ৰী তামান্না ভাটিয়াৰ বিপদ। অভিনেত্ৰীগৰাকী মহাদেৱ বেটিং এপ গোচৰৰ সৈতে সাঙুৰ খাই পৰিছে। সেয়ে অভিনেত্ৰীগৰাকীক প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) গুৱাহাটীৰ কাৰ্যালয়ত বৃহস্পতিবাৰে...
নাগৰিকত্ব আইনৰ ধাৰা ৬ (ক) কি?
উচ্চতম ন্যায়ালয়ে ১৯৮৫ চনৰ অসম চুক্তি স্বাক্ষৰৰ পিছত নাগৰিকত্ব আইন ১৯৫৫ ত অন্তৰ্ভুক্ত কৰা ধাৰা ৬(ক) বাহাল ৰাখিছে। ১৯৮৫ চনৰ অসম চুক্তিৰ অধীনত (যিটো...
মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা
দক্ষিণ আফ্ৰিকাই ছয়বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক আনেক বোছৰৰ (৭৪ নট আউট) দুৰ্দান্ত অৰ্ধশতকৰ সহায়ত আঠ উইকেটত পৰাস্ত কৰি বৃহস্পতিবাৰে ইয়াত আইচিচি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত...