ৰাজ্যত এফালৰ পৰা কৰৰ বোজা

148

এটাৰ পিছত আন এটা অমৃত কালৰ উপহাৰ কেন্দ্ৰীয় চৰকাৰৰ।
ৰাজ্যত এফালৰ পৰা কৰৰ বোজা।১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব পৌৰ কৰ,বিদ্যুৎ কৰ, টোল কৰ আৰু ঔষধৰ দাম। ১ এপ্ৰিলৰ Prav বৃদ্ধি পাব টোল কৰ। পুনৰ ১০-১৫% লৈ বৃদ্ধি পাব টোল কৰ। পহিলা এপ্ৰিলতে কাৰ্যকৰী হ’ব NHAIয়ে লোৱা হঠকাৰী সিদ্ধান্ত।টোলগে’ত অধিক ধন ভৰিবলৈ সাজু হওক। ৰাজ্যৰ ৭খন টোলগে’টত টোল টেক্স বৃদ্ধি পাব ১ এপ্ৰিলৰ পৰা । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই সন্দৰ্ভত জাৰি কৰিছে জাননী। জাননী অনুসৰি, এতিয়াৰে পৰা যান–বাহনৰ পাৰ হোৱাৰ বিনিময়ত ৫ৰ পৰা ১০ শতাংশ অধিক মাচুল পৰিশোধ কৰিব লাগিব।