উত্তৰ-পূৱ ৰাজ্যত আন এক ভয়ংকৰ ঘটনা By Dipshikha - May 15, 2024 132 FacebookPinterestWhatsAppPrint পুনৰ ৰাজ্যত আন এক ভয়ংকৰ ঘটনা। সোণৰ গহনা, দাবী কৰা ধন নিদিয়াৰ বাবেই পাষণ্ড স্বামীৰ হাতত মৃত্যু এগৰাকী ন-বোৱাৰীৰ। ঢকুৱাখনাৰ নাৰায়ণপুৰ চাপৰি গাঁৱত এই ঘটনা। মঙলবাৰে ৰহস্যজনকভাৱে স্বামীগৃহত উদ্ধাৰ হয় মৃতদেহ। তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...