ৰাজ্যত অব্যাহত আছে ডাম্পাৰৰ অতপালি।
কৰিমগঞ্জৰ বদৰপুৰ ঘাটত অটোত খুন্দা মাৰি পলায়ন দ্ৰুতবেগী ডাম্পাৰৰ।
ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ৬০ বছৰীয়া বৃদ্ধ।
অটোখনৰ যাত্ৰী আছিল মৃত পৰেশ দাস।