ৰাজস্থানৰ কোটাত ভয়ংকৰ অঘটন।
হঠাৎ ভাঙি পৰে নিৰ্মাণৰত সুৰংগৰ এটা অংশ।
দুৰ্ঘটনাত মৃত্যুক সাবটিলে এজন শ্ৰমিকে, আহত হৈছে আন ৩ জনকৈ লোক।
দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত এই ঘটনা।
অষ্ট্ৰেলিয়াৰ অভিযন্তাৰ তত্বাৱধানত অব্যাহত আছিল নিৰ্মাণকাৰ্য।