ৰাজনৈতিক নেতা তথা মাফিয়া আতিক আহমেদৰ বেআইনী সম্পত্তিত আৰক্ষীৰ অভিযান

743

ৰাজনৈতিক নেতা তথা মাফিয়া আতিক আহমেদৰ বেআইনী সম্পত্তিত আৰক্ষীৰ অভিযান।

আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি মাফিয়া ভাতৃদ্বয়ে এজন চাফাই কৰ্মীৰ নামৰ সহায় লৈ কোটি টকাৰ ভূমি ক্ৰয় কৰিছিল।

চাফাই কৰ্মীজনে আৰক্ষীক প্ৰদান কৰা তথ্যৰ ভিত্তিত প্ৰয়াগৰাজস্থিত অটুৰসুইয়া থানাত আতিক আহমেদৰ হৈ কাম কৰা ৪জন লোকৰ লগতে অজ্ঞাত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।