ৰাজনীতিবিদলৈ EDৰ চমন

95

ধন সৰবৰাহৰ গোচৰত প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিবিদ মহম্মদ আজহাৰুদ্দিনলৈ EDৰ চমন।

হায়দৰাবাদ ক্ৰিকেট সন্থাৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত EDৰ চমন।

বৃহস্পতিবাৰে হায়দৰাবাদৰ ইডি কাৰ্যালয়ত হাজিৰৰ নিৰ্দেশ।

২০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীৰ বিৰুদ্ধে।