ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা

404

ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা৷ ম’ম’ৰ অতিৰিক্ত চাটনি বিচৰাৰ বাবে গ্ৰাহকক ছুৰিকাঘাত৷ সম্প্ৰতি চিকিৎসাধীন হৈ আছে সন্দীপ নামৰ গ্ৰাহকজন৷ গ্ৰাহকজনৰ মুখত দুবাৰকৈ ছুৰীৰে আক্ৰমণ কৰিছিল বিক্ৰেতাজনে, ইপিনে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বিক্ৰেতাজনে৷