ৰাছিয়াই আৱিস্কাৰ কৰিছে ক’ভিড-১৯ৰ ভেকচিন

88

ষ্টাফৰিপৰ্টাৰ, ৰাছিয়াই আৱিস্কাৰ কৰিছে ক’ভিড-১৯ৰ ভেকচিন।
ৰাছিয়াৰ এই ভেকচিনক লৈ বিশ্বজুৰি চৰ্চা চলিছে।
ছেচ’নভ বিশ্ববিদ্যালয়ৰ আৱিস্কাৰে আনিছে আশাৰ বতৰা। ইতিমধ্যে সম্পন্ন হৈছে ভেকচিনৰ মানৱ পৰীক্ষণ।
মানৱ পৰীক্ষণ সম্পূৰ্ণৰূপে সফল হোৱাৰ দাবী কৰিছে বিশ্ববিদ্যালয়খনে।