ৰাইজৰ দলৰ নলবাৰী জিলাৰ সভাপতি জ্ঞানেন চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ। ২০০৭ চনৰ এটি গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ । কমাৰকুছি আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে জ্ঞানেন চক্ৰৱৰ্তীক। নলবাৰী জিলা অসামৰিক চিকিৎসালয়ৰ মৰ্যাদা আৰু পৰিসেৱা ঘুৰাই অনাৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ কৰিছিল চক্ৰৱৰ্তীয়ে।
