ৰঙিয়া তিনিআলিত কোভিড আক্ৰান্ত হৈ এজনৰ মৃত্যু

137
Coronavirus economic impact concept image
  • ৰঙিয়া তিনিআলিত কোভিড আক্ৰান্ত হৈ এজনৰ মৃত্যু।
  • মৃত ব্যক্তিজনৰ নাম ধৰণী হালৈ(৬৫) বুলি জানিব পৰা গৈছে।
  • কোভিডত আক্ৰান্ত হৈ GNRC হাস্পতালত চিকিৎসাধীন হৈ আছিল লোকজন।
  • বুধবাৰে চিকিৎসালয়ত মৃত্যু ঘটে লোকজনৰ।
  • ৰঙিয়াত কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি।