ৰঙিয়াত ৯০ কেজি গাঞ্জা জব্দ। এখন হুণ্ডাই i20 বাহনৰ পৰা উদ্ধাৰ গাঞ্জাখিনি। গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।জানিব পৰা মতে ওদালগুৰিৰ পৰা হাজো অভিমুখে আহিছিল বাহনখন। আৰক্ষীৰ উমান পাই বাহনখন দুৰ্ঘটনা কৰি পলায়ন সৰবৰাহকাৰীৰ।