ৰক্ষকেই হৈ পৰিছে এতিয়া ভক্ষক।এইবাৰ দৰঙৰ ছিপাঝাৰ আৰক্ষী থানাৰ উপপৰিদৰ্শক নিতাই ৰয়ক পুৱতি নিশা কোকোৰাঝাৰৰ ফকিৰাগ্ৰাম থানাৰ আৰক্ষীৰ গ্ৰেপ্তাৰ ৷
পূৰ্বৰ এক গোচৰত আৰক্ষী বিষয়া জনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ।
পুৱতি নিশা বিষয়াজনক ছিপাঝাৰৰ থানাৰ আৱাস গৃহৰ পৰা গ্ৰেপ্তাৰ কোকোৰাঝাৰৰ ফকীৰাগ্ৰাম আৰক্ষীয়ে।আৰু তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।