৯০ হাজাৰ টকাৰ ঘোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ৰাজ্য চৰকাৰৰ যুটীয়া সচিব

263

অসমৰ সতৰ্কতা সঞ্চালকালয় আৰু দুৰ্নীতি বিৰোধী কোষৰ এটা দলে উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে ৰাজ্য চৰকাৰৰ এগৰাকী যুটীয়া সচিবক গ্ৰেপ্তাৰ কৰে।

ধৃত বিষয়াজনৰ নাম কে কে শৰ্মা।

ছিকিউৰিটি ফাৰ্মৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে এজাহাৰকাৰীৰ পৰা ৯০ হাজাৰ টকাৰ ধন গ্ৰহণ কৰি থকা অৱস্থাত হাতে লোটে ধৰা পৰিল তেওঁ।