৬১০কেজি পৰা ৬৩কেজিলৈ শৰীৰ ওজন হ্ৰাস

125

অবিশ্বাস্য! ৬১০ কেজি পৰা ৬৩ কেজিলৈ হ্ৰাস শৰীৰৰ ওজন। বিশেষ চিকিৎসা সেৱা, অস্ত্ৰোপচাৰৰ জৰিয়তে বিশ্বৰ সৰ্বাধিক মেদবহুল ব্যক্তি খালিদ বিন মহচেন সাৰীয়ে হ্ৰাস কৰে শৰীৰৰ ওজন । এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে চৌদি আৰৱৰ পূৰ্বৰ ৰজা আব্দুল্লাহে। সম্প্ৰতি সামাজিক মাধ্যমত চৰ্চাত খালিদ বিন মহচেন সাৰীৰ পূৰ্বৰ আৰু বৰ্তমানৰ শাৰিৰীক অৱয়ব।