২৪ ঘণ্টাৰ ভিতৰত ইৰানক প্ৰত্যুত্তৰ পাকিস্তানৰ

314

২৪ ঘণ্টাৰ ভিতৰত ইৰানক প্ৰত্যুত্তৰ পাকিস্তানৰ। ইৰাণত সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ পাকিস্তানৰ। এদিন পাছতে প্ৰতিক্ৰিয়া পাকিস্তানৰ সন্ত্ৰাসবাদীৰ। বুধবাৰে জৈছ-আল-আদলৰ ঘাটিত বোমা বৰ্ষণ কৰিছিল ইৰানে। ইৰানৰ সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ বেলুচিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত কৰিছিল এয়াৰষ্ট্ৰাইক।