২০২৪ বৰ্ষৰ পৰা বঁটাৰ পৰা বৃত্তিলৈ পৰিৱৰ্তন হ’ব আনন্দ ৰাম বৰুৱা সন্মান। পঞ্চম শ্ৰেণী, অষ্টম শ্ৰেণী আৰু দশম শ্ৰেণীত অনুষ্ঠিত হ’ব পৰীক্ষা। প্ৰতিটো শ্ৰেণীৰ পৰা ১০ হাজাৰকৈ শিক্ষাৰ্থীয়ে লাভ কৰিব বৃত্তি। আজি অনুষ্ঠিত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
