১৯ বছৰীয়া যুৱতীক ধৰ্ষণ বিবাহিত পুৰুষৰ

136

বজালীৰ বালাপাৰাত সমাজক লজ্বানত কৰা ঘটনা

কাৱৈমাৰী ১২ নং ব্লকৰ গাৰিভিঠাত যুৱতীক ধৰ্ষণ

১৯ বছৰীয়া যুৱতীক ধৰ্ষন বিবাহিত পুৰুষৰ

একে গাৱৰে বনজিত বৰ্মনে ধৰ্ষন কৰে যুৱতীক

২০ নবেম্বৰত সংঘটিত হৈছিল জঘন্য ঘটনাটো

বালাপাৰা আৰক্ষী চকীত গোচৰ পৰিয়ালৰ

বালাপাৰা আৰক্ষীৰ ভূমিকাত সন্দেহ ৰাইজৰ

অভিযুক্ত ধৰ্ষনকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী

উচিত ন্যায়ৰ বাবে মূখ্যমন্ত্রীক হাতযোৰ কৰি
দূৰ্ভগীয়া পৰিয়ালটোৰ আবেদন

২০ নবেম্বৰৰ পূৱা প্ৰায় ৮-৩০ বজাত পিতৃ মাতৃ নথকাৰ সুযোগত একে গাৱৰে ২৯ বছৰীয়া বিবাহিত পুৰুষ বনজিত বৰ্মনে
ভদ্ৰেশ্বৰ কলিতাৰ জিয়াৰীক বলপূর্বক ধৰ্ষন কৰে।

ইয়াৰ পিছত বৰমাক আহি ঘটনাস্থলীত উপস্থিত হোৱাত বনজিত বৰ্মনে পলায়ন কৰে। ইয়াৰ পিছত বালাপাৰা আৰক্ষী চকীত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে আজিলৈ ধৰ্ষন অভিযুক্ত গৰাকীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

অহা এপ্রিল মাহত বিয়াৰ ঠিক হৈ আছিল যুৱতীগৰাকীৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ন্যায় দিবলৈ হাতযোৰ কৰি প্ৰাৰ্থনা ভূক্তভোগী পিতৃ মাতৃৰ।