১৫ আগষ্টৰ ভিতৰত অসমত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পাব ৬৫ হাজাৰলৈ

96

ষ্টাফৰিপৰ্টাৰ,গুৱাহাটীৰ পৰিৱেশ চিন্তনীয়। ভাৰত চৰকাৰৰ তথ্য অনুসৰি অহা ১৫ আগষ্টৰ ভিতৰত অসমত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পাব ৬৫ হাজাৰলৈ- এই মন্তব্য ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।