হোজাইত স্বাধীনতা দিৱস উদযাপন

108

সমৰ দেৱনাথ, হোজাই:- সমগ্ৰ দেশৰ লগতে হোজাই জিলা সদৰ শংকৰদেৱ নগৰতো উলহ মালহৰে পালন কৰা হয় ৭৫ তম স্বাধীনতা দিৱস।

হোজাই জিলা সদৰ শংকৰদেৱ নগৰত ৭৫তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত সাদেনেক সিঙে।

হোজাই শংকৰদেৱৰ নগৰ কছাৰী মইধানত পতাকা উত্তোলন কৰে।