হোজাইত বন বিভাগৰ অভিযান, জব্দ তিনিটাকৈ কাঠফলা কল

77

সমৰ দেৱনাথ, হোজাইঃ হোজাই বন বিভাগৰ সফল অভিযান। এক গোপনসুত্ৰৰ পম খেদি হোজাই আমবাৰীৰ পৰা জব্দ কৰে তিনিটাকৈ অবৈধ কাঠফলা কল।

হোজাই আঞ্চলিক বন সুৰক্ষা বিষয়া স্বামিম আখতাৰৰ নেতৃত্বত এটা বন কৰ্মীৰ জব্দ কৰে কাঠফলা কলকেইটা।ইতিমধ্যে কাঠফলা কলকেইটা জব্দ কৰি হোজাই বন কাৰ্য্যালয়লৈ আনে যদিও কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই।