হাতীগাঁৱত জাৱৰ কঢ়িওৱা বাহনৰ খুন্দাত মৃত্যু বাইক আৰোহীৰ

155

মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা।

জাৱৰ কঢ়িওৱা বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী।

হাতীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুলৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

বাইকেৰে গৈ থকা ব্যক্তিজনক পিছফালৰ পৰা খুন্দা জাৱৰ কঢ়িওৱা বাহনখনৰ।

নিহত ব্যক্তিজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।