হাটশিঙিমাৰীৰ সুখচৰত চাঞ্চল্যকৰ ঘটনা

105

হাটশিঙিমাৰীৰ সুখচৰত চাঞ্চল্যকৰ ঘটনা।

গেলি যোৱা অৱস্থাত উদ্ধাৰ মুণ্ডহীন মৃতদেহ।

ভুতিয়াডাঙ্গাত পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

কোনোবাই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ।

মৃতদেহ উদ্ধাৰৰ ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি অঞ্চলজুৰি।

ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে সুখচৰ আৰক্ষীয়ে।