হাজোত এজেপিৰ যোগদান সমাৰোহ

68

দেওবাৰে হাজোৰ অভয়পুৰত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ। দলৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থকা এই যোগদান সমাৰোহতে সদ্য পদত্যাগী কংগ্ৰেছ নেতা দুলু আহমেদে অসম জাতীয় পৰিষদত যোগদান কৰে। তদুপৰি কংগ্ৰেছৰ কেইবাজনো নেতা-কৰ্মীয়েও অসম জাতীয় পৰিষদত দেওবাৰে যোগ দিয়ে। এই যোগদান কাৰ্যসূচীৰ পিছতে বাইক ৰেলী কৰে অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে।