হাজোত উপস্থিত কামৰূপ জিলা অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

186



হাজোত উপস্থিত পৰিবহন উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী।হাজো ৰাজহ চক্ৰ কাৰ্যলয়ত উপস্থিত হয় মন্ত্ৰীগৰাকী।হাজোৰ বান পৰিস্থিতি উন্নত হৈছে যদিও বহু অঞ্চলত বান বিভীষিকাৰ অন্তত সৰ্বস্বান্ত হৈ বহু লোক বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে । আজি হাজোৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লবলৈ হাজোত উপস্থিত হ’য় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।