হাউলীৰ ৰাসোৎসৱৰ লটাৰীৰ ফলাফল ঘোষণা

345

হাউলীৰ ৰাসোৎসৱৰ লটাৰীৰ ফলাফল ঘোষণা। প্ৰথম পুৰস্কাৰ ৰেঞ্জ ৰ’ভাৰ লাভ ইনজামামুল হকৰ। পেছাত এজন ট্ৰেক্টৰ চালক ইনজামামুল হক। ১০০ টকাত টিকট ক্ৰয় কৰি ইনজামামুলে লাভ কৰিলে ৭৫ লাখটকীয়া বিলাসী ৰেঞ্জ ৰ’ভাৰ।