হাইলাকান্দিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।
অগ্নিকাণ্ডৰ জুইত জাহ গল তিনিটাকৈ বাসগৃহ ।
ৰাতি পুৱা তিনিটা বজাত দক্ষিণ হাইলাকান্দিৰ ৰংপুৰ অঞ্চলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।
স্বৰ্ট চাৰ্কিটৰ ফলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা বুলি প্ৰাথমিক ভাৱে অনুমান কৰা হৈছে ।
ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত তিনিটা পৰিয়ালৰ প্ৰায় 40 লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হৈছে বুলি জানিব পাৰা গৈছে ।
ভয়ংকৰ ঘটনাটো লৈ হাইলাকান্দিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
