সৰ্বানন্দ সোনোৱাল অসমৰ মনমোহন সিঙ: সত্যৰঞ্জন বৰা

93

এইবাৰৰ নিৰ্বাচন সভ্যতা, সংস্কৃতিৰ নহয়। কোনো বিশেষ ব্যক্তিক মুখ্যমন্ত্ৰী পাতিবলৈ এই নিৰ্বাচন ।

অসমীয়া ভাষা,সাহিত্য ধংস কৰা ব্যক্তিজন হৈছে পৰমানন্দ। মৃণালিনী দেৱী কি অৰ্হতাৰ ভিত্তিত অসম সাহিত্য সভাৰ উপ-সভাপতি হল ?

শিলাদিত্যক বিজেপিযে নিৰ্বাচনী মহুৰা বনাইছে ৷ আনহাতে বদৰুদ্দিন আজমলৰ প্ৰতি হঠাৎ সুৰ সলনি হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ ৷ আজি গুৱাহাটীত অনুস্হিত এক সংবাদমেলত বহু বিতৰ্কিত মন্তব্য প্ৰকাশ কৰে সত্যৰঞ্জন বৰাই৷